ধলাৰ নৰসংহাৰৰ আঁৰত কোন? Reactions on Dhola incident

  • 🎬 Video
  • ℹ️ Description
ধলাৰ নৰসংহাৰৰ আঁৰত কোন? Reactions on Dhola incident 4.5
কোনে কিয় ধলাত প্ৰাণ ল’লে ৫জন নীৰিহৰ? ধলাৰ নৰসংহাৰৰ আঁৰত আচলতে কোন? নেতাৰ প্ৰৰোচনাতে এনে নৃশংসতাৰ পৰিৱেশ ৰচনা হৈছিল নেকি? এতিয়া বিভিন্ন পক্ষ, ব্যক্তি বিশেষে এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰিছে।

💬 Comments on the video
Author

সোনোৱাল চৰকাৰক শিলাদিত্যই নাকত ধৰি চাকত ঘুৰাই আছে
শিলাদিত্যক গ্ৰেপ্তাৰ কৰক

Author — P Borah

Author

aami xokolu xilonjiya muslim hok ba bongali hok xonman koru.
xiladitto nisina msnuhor babe ei kando hol. iyako grepptar krok

Author — arup patar

Author

এই ঘটনাৰ মূল জগৰীয়া নায়ক হব শিলাদিত্য...

Author — Manik Doley

Author

শিলাদিত\ ক গ্রেপতাৰ কৰিব লাগে ... চালা বাংলাদেশী টো.

Author — Abhijit Dehingia

Author

Tarun gogoi a koise CBI todonto hobo lage kintu Jodi Alfa a kam to kore tene hole sob Alfa k maribo lage

Author — PRASENJIT Das

Author

Siladitok arrest korile xob thek hoi jabo

Author — Indian Motivational Story

Author

হয় ছাৰ সুন্দৰ কথা কৈছে।।।।কিছুমান মানুহে সাপ হৈ খুটিছে বেজ হৈও জাৰিছে

Author — ap ke liye

Author

CBI কোনে বহাব চকাৰেহে যত শিলাদিত দৰে নেতা জড়িত আছে

Author — pankaj duwara

Author

Ekdin Assam pura Muslim state banega ye v sirf aur sirf Assamese logo k liye
Aru Akhil Gogoi er nishana manuhor karone

Author — Binoy Deb

Author

অতি সোনকালে শিলাদিত্য গ্ৰেপ্তাৰ কৰিব লাগে আৰু লগতে সুকুমাৰ বিশ্বাসকো

Author — Jaan Bordoloi

Author

কোনোবাৰ ৰাজনীতিৰ কাৰনে
নিৰিহ মানুহৰ প্ৰান গল.কিহৰ
এনে ৰাজনীতি কৰিছে মানুহে

Author — Torab Ali

Author

কি হল শিলাদিত দেৱ পিচফালৰ পৰা মৰা নাইতো আপুনি যদি কৰিছে কিন্তু সাৱধান | অসমক লৈ ৰাজনীতি নকৰিব

Author — pankaj duwara

Author

জিতেন দত্ত, মৃণাল হাজৰীকা, প্ৰবাল নেওঁগ, siladdity দেৱ, , গোটেই কেইটাই গেপ্তাৰ কৰক, অতি শীঘ্ৰে

Author — Papai Dutta

Author

শিয়াল দিত্যক z+ দি পুৰষ্কিত কৰিচে বিজেপিয়ে ঘটনাৰ পাচত 😂😂😂

Author — joi aai Asom

Author

bangladityai Assamese language a najane

Author — The Voice india

Author

অতি সোনকালে শিলাদিত্যক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ এই ঘটনাৰ কাৰণে মূল জগৰীয়া শিলাদিত্যই ।

Author — Alok Dutta

Author

Xiladoittyo r kam hbou pare.Eyar nisina manuh r kunu thik nai

Author — Highlander

Author

Atia olp nej pelabo jen paisu bangaladeshiye..

Author — Ananta Borah